কুইজ প্রবাহ
Quiz-summary
0 of 10 questions completed
Questions:
- 1
- 2
- 3
- 4
- 5
- 6
- 7
- 8
- 9
- 10
Information
এই শিতানলৈ আপোনাৰ পৰা কুইজ সম্পৰ্কীয় প্ৰশ্নোত্তৰ আহ্বান কৰা হৈছে। tonabajyoti@gmail.com-ত ই-মে’ল কৰিব পাৰিব৷
You have already completed the quiz before. Hence you can not start it again.
Quiz is loading...
You must sign in or sign up to start the quiz.
You have to finish following quiz, to start this quiz:
Results
0 of 10 questions answered correctly
Your time:
Time has elapsed
You have reached 0 of 0 points, (0)
Average score |
|
Your score |
|
Categories
- সাধাৰণ জ্ঞান 0%
- 1
- 2
- 3
- 4
- 5
- 6
- 7
- 8
- 9
- 10
- Answered
- Review
-
Question 1 of 10
1. Question
1 pointsকোৱ পো (Kuo Po) নামৰ চীনা পণ্ডিত এজনে ৩৫০ খ্ৰীষ্টাব্দত লিখা চীনৰ অভিধান এখনত উল্লেখ আছে যে চীন সাম্ৰাজ্যতে প্ৰথমে চাহক খাদ্যৰূপে ব্যৱহাৰ কৰিছিল। ইযাক চীনাসকলে কি বুলিছিল?
Correct
Incorrect
-
Question 2 of 10
2. Question
1 pointsকৰম পূজাৰ কাম সমাপন কৰি পুৰোহিতগৰাকীক কৰমতীয়ে সেৱা কৰি মান ধৰে। মান ধৰাৰ পাছত পুৰোহিতে কৰমতীসকলৰ লগত প্ৰাৰ্থনামূলক গীতেৰে ঝুমইৰ আখৰা নাচৰ অনুষ্ঠান মুকলি কৰা হয়। আখৰা মুকলিত বাগদেৱী সৰস্বতী আৰু ভগৱানক প্ৰাৰ্থনা কৰি এনেদৰে গীত পৰিৱেশন কৰে—
আখৰা বন্দনা কৰি
সৰস্বতী মাইগ বলি
তবেৰে বন্দনা ব্ৰজনাৰী
মদনে ঝুমইৰ লাগল ভাৰী
এই ধৰণৰ ঝুমইৰ আখৰা মুকলি কৰা গীতসমূহক কি গীত বোলা হয় ?Correct
Incorrect
-
Question 3 of 10
3. Question
1 pointsঝুমইৰ নাচত দুটা বা তিনিটা গীত পৰিৱেশনৰ পাছত এটি খেমটা গীত পৰিৱেশন কৰে। এই গীতবিলাক চুটি চুটি আৰু নাচ অতি দ্ৰুত গতিত চলে৷ অধিক দ্ৰুত কৰিবৰ বাবে মাজে মাজে ‘ত্ৰা-নানা-নাইৰে নাইৰে ত্ৰানা নাইৰে-নাইৰ গ’ লয় দিয়া হয়। এই ঝুমইৰ গীতৰ মাজত দিয়া লয় বিলাকক কি বোলে ?
Correct
Incorrect
-
Question 4 of 10
4. Question
1 pointsবন্দনা, ডাঁড়শালীয়া, ঝিঙাফুলীয়া, গলৱাৰী, খেমটাবাৰং আৰু ভিনসৰীয়া-এই সমূহৰ মাজৰ মিলটো কি ?
Correct
Incorrect
-
Question 5 of 10
5. Question
1 pointsচাহ জনগোষ্ঠীৰ সমাজত দিপাৱলীত গৰুক পূজা কৰা হয়। এই পূজাত গৰুক সেৱা-সৎকাৰ কৰা হয়। পূজাৰ পাছদিনা হাঁহ-কুকুৰা কাটি পূজা দিয়া হয়, ইয়াক বহুতে গোৱৰ্দ্ধন পূজা বোলে৷ এই পূজাত এবিধ বিশেষ ধৰণৰ গীত পৰিৱেশন কৰা হয়৷ এই গীতবোৰক কি বোলে ?
Correct
Incorrect
-
Question 6 of 10
6. Question
1 pointsচাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এই পূজা কৰিবলৈ পাঁচজনীয়া এটা দল থাকে। য’ত এজন গায়ক, এজন বায়ন, এজন শ্ৰীপালীয়া (গায়কৰ মুখ্য সহায়ক) আৰু দুই তিনিজন সাধাৰণ পালীয়া থাকে। চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত এই পূজাৰ নামটো কি ?
Correct
Incorrect
-
Question 7 of 10
7. Question
1 pointsঅসমৰ সকলো চাহ বাগিছাত প্ৰচলিত এই সময়। এই সময় প্ৰচলন কৰিছিল ব্ৰিটিছসকলে। এই সময়ক স্থানীয় সময় (local time) বা বাগান টাইম বোলা হয়। এতিযা প্ৰশ্নটো হল এই স্থানীয় সময় বা বাগান টাইম কি ?
Correct
Incorrect
-
Question 8 of 10
8. Question
1 pointsঅসমৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিছাত চাহ জনগোষ্ঠীৰ লোকসকল কৰ্মৰত। এই কৰ্মৰত চাহ জনগোষ্ঠীৰ বনুৱাসকল দুই প্ৰকাৰৰ- স্থায়ী আৰু অস্থায়ী বনুৱা। চাহ বাগিছাত কৰ্মৰত স্থায়ী বনুৱাসকলক চাহ জনগোষ্ঠীয় ভাষাত কি বোলা হয় ?
Correct
Incorrect
-
Question 9 of 10
9. Question
1 pointsপৰিৱেশ সংৰক্ষণৰ বাবে হোৱা বিভিন্ন আন্দোলনৰ ভিতৰত এই আন্দোলনো উল্লেখনীয়। ১৯৭০ চনত ‘অলকানন্দা’ উপত্যকাত হোৱা এই আন্দোলনটিৰ নামৰ অৰ্থ সাৱটি ধৰা। প্ৰশ্নটো হল, আন্দোলনটিৰ নাম কি ?
Correct
Incorrect
-
Question 10 of 10
10. Question
1 pointsপয় চাংকেন, পয় কিথিং, পয় অকৱা, পয় মৌ হেইং, মাইক’ চুমফাই। এই উৎসৱসমূহ অসমত বাস কৰা কোনটো জনগোষ্ঠীৰ মাজত প্ৰচলিত ?
Correct
Incorrect