Menu

সুন্দৰ সবল সম্পৰ্কৰ চৰ্তাৱলী

শব্দেৰে আপোনাৰ ভালপোৱাক প্ৰকাশ কৰক৷

আপোনাৰ কামৰ দ্বাৰা আপোনাৰ ভালপোৱাক প্ৰতিপন্ন কৰাৰ যত্নপৰ হওক৷

আপোনাৰ সংগীৰ ভাল কামক প্ৰশংসা কৰক৷

আপোনাৰ জীৱনৰ প্ৰতিটো কথাই সংগীৰ লগত ভগাই লওক৷

প্ৰতিটো যোগাত্মক কাম আৰু খোজতে আপোনাৰ সংগীৰ সহযোগী হোৱাৰ বাবে চেষ্টা কৰক৷

বিভিন্ন উপলক্ষ্যত সংগীক উপহাৰ দিয়াৰ অভ্যাস কৰক৷

সংগীৰ প্ৰতিটো অভাৱ-অভিযোগক গুৰুত্ব দিয়ক৷

আপোনজনক প্ৰতিদিনে হাজাৰ ব্যস্ততাৰ মাজতো নিৰ্দিষ্ট সময় দিয়ক৷

Comments

JEEVAN KITE & RIVER FESTIVAL

CLICK for registration

BRAHMAPUTRA CAMPAIGN

JOIN US!

আপুনিও লিখক

‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : editor@jeevanmagazine.com, CC কৰিব jeevan.initiative@gmail.com-লৈ