Menu

ছদ্মনামধাৰী একুৰি অসমীয়া সাহিত্যিকক চিনি পায়নে

হয়তো তেওঁ আপোনাৰ প্ৰিয় লেখক ৷ সাৱলীল সৃষ্টিৰে বহুতৰ মন-মগজু আলোড়িত কৰিছে তেওঁ ৷ আৰু যদি আপুনি এদিন গম পায় যে আপোনাৰ প্ৰিয় লেখকজনৰ বাবে আপোনাৰ চিনাকি নামটো আছিল এটা ছদ্মনাম? আহক, অসমীয়া সাহিত্যৰ কাণ্ডাৰীকেইগৰাকীমানৰ ছদ্মনামৰ বিষয়ে জানো..

প্ৰকৃত নামছদ্মনাম

হীৰেণ গোহাঁই /নিৰঞ্জন ফুকন

হীৰেণ গোহাঁই /নিৰঞ্জন ফুকন

মহিম বৰা – ধনবৰ কাই

হীৰেণ গোহাঁই – নিৰঞ্জন ফুকন

ভবেন্দ্ৰ নাথ শইকীয়া – প্ৰিয়বন্ধু, সঞ্জয়, সত্যপ্ৰিয় পাঠক

বাণীকান্ত কাকতি – ভৱানন্দ পাঠক

ভুৱন মোহন বৰুৱা – কাঞ্চন বৰুৱা

বিনন্দ চন্দ্ৰ বৰুৱা – কেৰপাই শৰ্মা

বিৰিঞ্চি কুমাৰ বৰুৱা – বীণা বৰুৱা, ৰাস্না বৰুৱা

বিষ্ণু প্ৰসাদ ৰাভা – বিষ্ণুপুৰীয়া ৰাভা ঠাকুৰীয়া

গুণাভিৰাম বৰুৱা – গুৰু দত্ত

হেম বৰুৱা – সোণাৰাম চান্দ

আনন্দৰাম ঢেকিয়াল ফুকন – এ নেটিভ

কমলাকান্ত ভট্টাচাৰ্য  – অষ্টবক্ৰ

মহেন্দ্ৰনাথ ডেকা ফুকন – মনাই বৰাগী

নৱকান্ত বৰুৱা – এখুদ ককাইদেউ, সীমা দত্ত

পৱিত্ৰ কুমাৰ ডেকা – ৰসেশ্বৰ হাজৰিকা

পাৰ্ৱতী প্ৰসাদ বৰুৱা – হয়বৰ অভয়পুৰীয়া

ৰজনীকান্ত বৰদলৈ – ভলাই শৰ্মা

ৰবীন দে  – ৰংমন

সত্যনাথ বৰা – এজন অসমীয়া

চৈয়দ আব্দুল মালিক – অজগৰ, স্বামী অভগানন্দ

ফটো :  বিভিন্ন উৎস (ধন্যবাদেৰে, এই আলোচনীয়ে স্বত্ব দাবী নকৰে)

Comments

লাহে লাহে তেওঁৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিছিল

উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…

আমাৰ নিঠৰ দেহ বিচাৰি নাপালেহেঁতেন

আন দহজনে নকৰা কিছু কাম কৰাৰ মন সৰুৰে পৰা আছিল যদিও সময়, সুবিধা…

সেই দিনটোৰ পৰা বিহু সন্মিলনলৈ যোৱা নাই

১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…