উচ্চতৰ মাধ্যমিকত নামভৰ্তি হোৱাৰ পাছত মই নজনাকৈয়ে পঢ়াৰ ধাউতি বাঢ়ি গৈছিল।…
১৯৬৬ চনৰ কথা ৷ সেই সময়ত ড: ভূপেন হাজৰিকাৰ নাম চাৰিওফালে ৰজনজনাই আছিল…
সপোনৰ পিছে পিছে কিমান যে সপোন৷ পঢ়ক বিভিন্ন পটভূমিৰ বিভিন্নজনৰ সপোনৰ ৰাজহুৱা প্ৰকাশ৷ সপোনৰ চৰ্চা হওক, সপোনক সহায় কৰক৷…
‘জীৱন ইনিচিয়েটিৱ’ হৈছে স্বেচ্ছাসেৱকৰ সংঘ৷ আমি দুৰ্গন্ধক সমালোচনা কৰাৰ সমান্তৰালভাৱে কিছু সুগন্ধিৰো সৃষ্টি কৰিব খোজোঁ৷‘জীৱন’ আলোচনীৰ উপৰি ‘ব্ৰহ্মপুত্ৰ কেম্পেইন’ আমাৰ প্রধান কাৰ্যসূচী য’ত আছে বছৰেকীয়া ‘জীৱন চিলা নৈ উৎসৱ’ৰ উপৰি বানবিধ্বস্ত গাঁও তুলি লোৱা আদি৷ আমাৰ নতুন পদক্ষেপ হৈছে সৃষ্টিশীলতাক দক্ষতালৈ ৰূপান্তৰৰ বাবে বিকল্প বিদ্যালয় School of Creativity & Skill৷ খোৱা পানীৰ পৰীক্ষা, ফল–মূলৰ ৰসৰ উৎসৱ, জীৱন মেল, সামাজিক সমীক্ষা আদি আমাৰ আন কিছু কৰ্মসূচী৷
‘জীৱন' আলোচনীৰ বিষয়বস্তুৰ লগত খাপ খোৱা ধৰণৰ লেখা ইউনিকোডত লিখি মে’ল কৰক : jeevan.magazine@gmail.com-লৈ